প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কাইলৈ আহমেদাবাদৰ এএমএত জেন গাৰ্ডেন আৰু কাইজন একাডেমি উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
26 JUN 2021 10:46PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অৰ্থাৎ ২৭ জুন, ২০২১ ৰ পুৱা ১১.৩০ বজাত আহমেদাবাদৰ এএমএত জেন গাৰ্ডেন আৰু কাইজন একাডেমি উদ্বোধন কৰিব।
এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "কাইলৈ অৰ্থাৎ ২৭ জুনত আহমেদাবাদৰ এএমএত জেন গাৰ্ডেন আৰু কাইজন একাডেমি উদ্বোধন কৰিম। এয়া হৈছে ভাৰত আৰু জাপানৰ মাজৰ ঘনিষ্ঠ সম্পৰ্ক প্ৰদৰ্শনৰ আন এটি উদাহৰণ।"
****
DS/SH/SB
(रिलीज़ आईडी: 1742154)
आगंतुक पटल : 164
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam