প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কাৰ্গিল বিজয় দিৱসত শ্বহীদ সৈনিকৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
26 JUL 2021 11:34AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰ্গিল বিজয় দিৱসত আমাৰ দেশক ৰক্ষা কৰিবলৈ গৈ কাৰ্গিলত প্ৰাণ হেৰুওৱা প্ৰতিগৰাকী সৈনিকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
‘আমি তেওঁলোকৰ ত্যাগৰ কথা মনত ৰাখিছোঁ।
আমি তেওঁলোকৰ বীৰত্বৰ কথা মনত ৰাখিছোঁ।
আজি কাৰ্গিল বিজয় দিৱসত আমাৰ দেশক ৰক্ষা কৰিবলৈ গৈ কাৰ্গিলত প্ৰাণ হেৰুওৱা প্ৰতিগৰাকী সৈনিকলৈ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ সাহসিকতাই আমাক প্ৰতিদিনে অনুপ্ৰাণিত কৰে।
লগতে যোৱা বছৰৰ ‘মন কি বাত’ৰ এটা অংশ শ্বেয়াৰ কৰিছোঁ।’
****
DS/SH/KG
(ৰিলিজ আই ডি : 1740525)
অতিথি কক্ষ : 186
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam