প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

শ্ৰী বি এছ বোম্মাইক কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ বাবে অভিনন্দন প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 28 JUL 2021 1:16PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে শ্ৰী বি এছ বোম্মাইক অভিনন্দন জ্ঞাপন কৰে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, ‘কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে শ্ৰী @BSBommai জীক অভিনন্দন জনাইছোঁ। তেওঁৰ যথেষ্ট আইনী আৰু প্ৰশাসনিক অভিজ্ঞতা আছে। মই বিশ্বাসী যে তেওঁ ৰাজ্যখনত আমাৰ চৰকাৰে কৰা ব্যতিক্ৰমী কামসমূহ আৰু অধিক আগবঢ়াই নিব। এক ফলপ্ৰসূ কাৰ্যকালৰ বাবে তেওঁলৈ শুভকামনা।’

 

 ****

DS/SH/KG


(ৰিলিজ আই ডি : 1740521) অতিথি কক্ষ : 234