প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘গুৰু পূৰ্ণিমা’ত জনসাধাৰণলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

পোষ্ট কৰা হৈছে: 24 JUL 2021 8:48AM by PIB Guwahati

‘গুৰু পূৰ্ণিমা’ৰ পবিত্ৰ উপলক্ষত জনসাধাৰণলৈ শুভকামনা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “গুৰু পূৰ্ণিমাৰ পবিত্ৰ উপলক্ষত দেশবাসীলৈ আন্তৰিক অভিনন্দন জনাইছো”।

 

***

DS/SH/KB


(ৰিলিজ আই ডি : 1740507) অতিথি কক্ষ : 228