স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
                
                
                
                
                
                
                    
                    
                        ক’ভিড-১৯ বিৰোধী অভিযানৰ শেহতীয়া স্থিতি
                    
                    
                        
                    
                
                
                    Posted On:
                07 JUL 2021 9:08AM by PIB Guwahati
                
                
                
                
                
                
                দেশ জুৰি চলা টীকাকৰণ অভিযানৰ জৰিয়তে এই পৰ্যন্ত ৩৬.১৩কোটি পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে।
যোৱা ২৪ঘণ্টাত নতুনকৈ আক্ৰান্তৰ সংখ্যা হ’ল ৪৩,৭৩৩গৰাকী।
সক্ৰিয় ৰোগীৰ সংখ্যা কমিল ৪,৫৯,৯২০গৰাকীলৈ। 
মুঠ আক্ৰান্তৰ ১.৫%ক চিহ্নিত কৰা হৈছে সক্ৰীয় ৰোগী হিচাপে।
এই পৰ্যন্ত দেশত আৰোগ্য লাভ কৰা সৰ্বমুঠ লোকৰ সংখ্যা হ’ল ২,৯৭,৯৯,৫৩৪গৰাকী।
যোৱা ২৪ঘণ্টাত আৰোগ্য লাভ কৰিছে ৪৭,২৪০গৰাকীয়ে।
একেৰাহে ৫৫দিন ধৰি দৈনিক আৰোগ্যৰ সংখ্যাই চেৰ পেলাইছে নতুনকৈ আক্ৰান্তৰ সংখ্যাক।
সামগ্ৰিক ভাবে দেশত আৰোগ্যৰ হাৰ বৃদ্ধি পালে ৯৭.১৮%লৈ।
আক্ৰান্তৰ সাপ্তাহিক গড় হাৰ ৫%, শেহতীয়া হাৰ ২.৩৯%।
আক্ৰান্তৰ দৈনিক হাৰ ২.২৯%, একেৰাহে ১৬দিন ধৰি ৩%ৰ তলত।
নমুনা পৰীক্ষণৰ সামৰ্থ্য লক্ষণীয় ভাবে বৃদ্ধি পাইছে-এই পৰ্যন্ত দেশত সম্পন্ন কৰা হয় ৪২.৩৩কোটি নমুনাৰ পৰীক্ষণ।
 
 
****
                
                
                
                
                
                (Release ID: 1733520)
                Visitor Counter : 328
                
                
                
                    
                
                
                    
                
                Read this release in: 
                
                        
                        
                            English 
                    
                        ,
                    
                        
                        
                            Urdu 
                    
                        ,
                    
                        
                        
                            Marathi 
                    
                        ,
                    
                        
                        
                            हिन्दी 
                    
                        ,
                    
                        
                        
                            Bengali 
                    
                        ,
                    
                        
                        
                            Punjabi 
                    
                        ,
                    
                        
                        
                            Gujarati 
                    
                        ,
                    
                        
                        
                            Odia 
                    
                        ,
                    
                        
                        
                            Tamil 
                    
                        ,
                    
                        
                        
                            Telugu 
                    
                        ,
                    
                        
                        
                            Kannada 
                    
                        ,
                    
                        
                        
                            Malayalam