স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
ক’ভিড-১৯ বিৰোধী অভিযানৰ শেহতীয়া স্থিতি
পোষ্ট কৰা হৈছে:
03 JUL 2021 9:19AM by PIB Guwahati
দেশ জুৰি চলা টীকাকৰণ অভিযানৰ জৰিয়তে এই পৰ্যন্ত ৩৪.৪৬কোটি পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে।
যোৱা ২৪ঘণ্টাত নতুনকৈ আক্ৰান্তৰ সংখ্যা হ’ল ৪৪,১১১গৰাকী।
সক্ৰিয় ৰোগীৰ সংখ্যা কমিল ৪,৯৫,৫৩৩গৰাকীলৈ, ৯৭দিনৰ পিচত ৫লাখতকৈ তললৈ নামিল মুঠ সংখ্যা।
মুঠ আক্ৰান্তৰ ১.৬২%ক চিহ্নিত কৰা হৈছে সক্ৰীয় ৰোগী হিচাপে।
এই পৰ্যন্ত দেশত আৰোগ্য লাভ কৰা সৰ্বমুঠ লোকৰ সংখ্যা হ’ল ২,৯৬,০৫,৭৭৯গৰাকী।
যোৱা ২৪ঘণ্টাত আৰোগ্য লাভ কৰিছে ৫৭,৪৭৭গৰাকীয়ে।
একেৰাহে ৫১দিন ধৰি দৈনিক আৰোগ্যৰ সংখ্যাই চেৰ পেলাইছে নতুনকৈ আক্ৰান্তৰ সংখ্যাক।
সামগ্ৰিক ভাবে দেশত আৰোগ্যৰ হাৰ বৃদ্ধি পালে ৯৭.০৬%লৈ।
আক্ৰান্তৰ সাপ্তাহিক গড় হাৰ ৫%, শেহতীয়া হাৰ ২.৫০%।
আক্ৰান্তৰ দৈনিক হাৰ ২.৩৫%, একেৰাহে ২৬দিন ধৰি ৫%ৰ তলত।
নমুনা পৰীক্ষণৰ সামৰ্থ্য লক্ষণীয় ভাবে বৃদ্ধি পাইছে-এই পৰ্যন্ত দেশত সম্পন্ন কৰা হয় ৪১.৬৪কোটি নমুনাৰ পৰীক্ষণ।
****
MV/KB
(ৰিলিজ আই ডি : 1732540)
অতিথি কক্ষ : 289
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam