প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
সমসাময়িক সংস্কৃত পণ্ডিত, পণ্ডিত ৰেৱা প্ৰসাদ দ্বিবেদীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
22 MAY 2021 4:00PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰসিদ্ধ সংস্কৃত পণ্ডিত, পণ্ডিত ৰেৱা প্ৰসাদ দ্বিবেদীজীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।
আজি এটা টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, "সংস্কৃতৰ মহান ব্যক্তিত্ব মহামহোপাধ্যায় ৰেৱা প্ৰসাদ দ্বিবেদীজীৰ মৃত্যুত গভীৰভাৱে দুখিত হৈছোঁ। তেওঁ সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত বহুতো দৃষ্টান্ত সৃষ্টি কৰি থৈ গ’ল। তেওঁৰ বিয়োগ সমাজৰ বাবে এক অপূৰণীয় ক্ষতি। এই শোকৰ সময়ত তেওঁৰ পৰিয়াল আৰু অনুৰাগীসকললৈ মোৰ সমবেদনা জনাইছোঁ। ঔঁম শান্তি!"
***
DS/SH/RD
(रिलीज़ आईडी: 1721204)
आगंतुक पटल : 188
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam