PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ বুলেটিন

Posted On: 13 MAY 2021 1:56PM by PIB Guwahati

#Unite2FightCorona

#IndiaFightsCorona

ভাৰতৰ মুঠ টিকাদান কভাৰেজে ১৭.৭২ কোটি অতিক্ৰম কৰিলে

  • যোৱা ২৪ ঘন্টাত ১৮-৪৪ বছৰ বয়সৰ ৪,৩১,২৮৫ হিতাধিকাৰীয়ে প্ৰথম পালি কভিড ভেকচিন লাভ কৰে আৰু ৩-য় পৰ্যায়ৰ টিকাদান অভিযান আৰম্ভ হোৱাৰেপৰা ৩০ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৩৪,৮০,৬১৮ এ এয়া লাভ কৰে।
  • আজি ভাৰতৰ মুঠ আৰোগ্য লাভৰ সংখ্যা হয় ১,৯৭,৩৪,৮২৩ জন। ৰাষ্ট্ৰীয় আৰোগ্য লাভৰ হাৰ হয় ৮৩.২৬%
  • বৰ্তমান ৰাষ্ট্ৰীয় মৃত্যুৰ হাৰ ১.০৯%

অধিক বিৱৰণৰ বাবেঃ

 

ভিড-১৯ মহামাৰীটোৰ সময়ত আধা কোটিৰো অধিক ৰোগীক ৰাষ্ট্ৰীয় টেলিমেডিচিন সেৱা (ইসঞ্জীৱনী) ৰদ্বাৰা সেৱা আগবঢ়োৱা যায়

  • ইসঞ্জীৱনী টেলিমেডিচিন প্লেটফৰ্মৰ জৰিয়তে দৈনিক ১৫০০ ৰোধিক চিকিৎসকে ৰোগীসকলক সেৱা আগবঢ়াই আহিছে
  • কেইবাখনো ৰাজ্যই বিশেষ হম আইছলেশ্যন অপিডি প্ৰৱৰ্তনৰ প্ৰচেষ্টা চলাই আছে যাৰ জৰিয়তে ৰোগীসকলক এমবিবিএছ ৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলে সেৱা আগবঢ়াব

অধিক বিৱৰণৰ বাবেঃ

 

২ ৰপৰা ১৮ বছৰ বয়সত কভাক্সিনৰ II/III পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েলত ডিচিজিআই ৰ অনুমোদন

সযত্ন পৰীক্ষাৰ পাছত দেশখনৰ ৰাষ্ট্ৰীয় নিয়ন্ত্ৰণকাৰী ড্ৰাগছ কনট্ৰলাৰ জেনেৰেল অৱ ইণ্ডিয়া (DCGI) ই ছাবজেক্ট এক্সপাৰ্ট কমিটি (SEC) ৰ পৰামৰ্শ গ্ৰহণ কৰিলে আৰু সেই অনুসৰি, ১২-০৫-২০২১ ত ২ ৰপৰা ১৮ বছৰ বয়সত কভাক্সিন (কভিড ভেকচিন) ৰ II/III পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েল সম্পন্ন কৰিবলৈ ইয়াৰ প্ৰস্তুতকৰ্তা ভাৰত বাঅটেক লিমিটেডক অনুমতি প্ৰদান কৰে।

অধিক বিৱৰণৰ বাবেঃ

 

পিএম কেয়াৰ্ছৰ অধীনত ভেন্টিলেটৰ যোগানৰ শেহতীয়া তথ্য

ফলপ্ৰসূ কভিড ব্যৱস্থাপনাৰ অৰ্থে মেড ইন ইণ্ডিয়াভেন্টিলেটৰে চিকিৎসালয়সমূহৰ আন্তঃগাঁথনি সুদৃঢ় কৰিছে। এইসমূহৰ ক্ৰুটি-মুক্ত অপাৰেশ্যনৰ অৰ্থে প্ৰস্তুতকাৰীসকলৰদ্বাৰা সকলো কাৰিকৰী সাহাৰ্য্য় আগবঢ়োৱা হৈছে।

অধিক বিৱৰণৰ বাবেঃ

 

ভিড-১৯ ৰ বিৰুদ্ধে যুঁজখনত সহায়ৰ অৰ্থে ভূৱনেশ্বৰ বিমানবন্দৰে অত্যাৱশ্যকীয় মেডিকেল সা-সৰঞ্জামৰ অবিৰাম সৰবৰাহ নিশ্চিত কৰিছে

মুঠ ১৫৬ খালী অক্সিজেন টেংকাৰ, ৫২৬ অক্সিজেন কনচেনট্ৰেটৰ আৰু ১৪০ অক্সিজেন চিলিণ্ডাৰ সৰবৰাহ কৰা হৈছে।

অধিক বিৱৰণৰ বাবেঃ
 

পিআইবিৰ ফেক্ট চেক

*****

MV/AP/SB



(Release ID: 1718458) Visitor Counter : 107


Read this release in: English , Marathi , Bengali , Punjabi