প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

তামিল নাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা শ্ৰী এম কে ষ্টেলিনক অভিনন্দন জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 07 MAY 2021 1:11PM by PIB Guwahati

তামিল নাডুৰ মুখ্যমন্ত্ৰী হিচাপে অধিষ্ঠিত হোৱা শ্ৰী এম কে ষ্টেলিনক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনাইছে।

এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়ঃ
"তামিল নাডুৰ মুখ্যমন্ত্ৰী হিচাপে অধিষ্ঠিত হোৱা শ্ৰী @mkstalin ক অভিনন্দন জনাইছো।"

***

DS/AK/SB


(रिलीज़ आईडी: 1716840) आगंतुक पटल : 191
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam