প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পশ্চিম বংগৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা শ্ৰীমতী মমতা বেনাৰ্জীক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
05 MAY 2021 11:36AM by PIB Guwahati
পশ্চিম বংগৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা শ্ৰীমতী মমতা বেনাৰ্জীক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে মমতা দিদিক অভিনন্দন।
*******************************************************
DS/AK/KG
(रिलीज़ आईडी: 1716422)
आगंतुक पटल : 267
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam