প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰোহিত সাৰদানাৰ বিয়োগত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 30 APR 2021 2:56PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সাংবাদিক ৰোহিত সাৰদানাৰ  বিয়োগত শোক প্ৰকাশ কৰিছে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, ‘ৰোহিত সাৰদানাই অতি সোনকালে আমাক এৰি গুচি গ’ল। প্ৰাণশক্তিৰে পৰিপূৰ্ণ, ভাৰতৰ প্ৰগতিৰ প্ৰতি অত্যন্ত উত্সাহী আৰু দয়ালু ব্যক্তি হিচাপে ৰোহিতক অনেকেই সোঁৱৰণ কৰিব। তেওঁৰ অকাল মৃত্যুয়ে সংবাদ জগতখনত এক বৃহত্ শূন্যতাৰ সৃষ্টি কৰিলে। তেওঁৰ পৰিয়াল, বন্ধুবৰ্গ আৰু গুণমুগ্ধসকলৰ প্ৰতি মই সমবেদনা জ্ঞাপন কৰিছোঁ। ওম শান্তি!’

 *******************************************************

DS/KG

 


(ৰিলিজ আই ডি : 1715287) অতিথি কক্ষ : 168