প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কাটাৰৰ আমিৰৰ সৈতে প্ৰধানমন্ত্ৰীৰ টেলিফোনিক বাৰ্তালাপ
পোষ্ট কৰা হৈছে:
27 APR 2021 9:30PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাটাৰ গণৰাজ্যৰ আমিৰ তামিম বিন হামাড এল থানিৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়।
এক টুইটত শ্ৰী মোদীয়ে কয়,
“কাটাৰৰ আমিৰ শ্ৰীমান তামিম বিন হামাডৰ সৈতে আজি এক সুন্দৰ মতবিনিময়ত অংশ লও। ক’ভিড-১৯ৰ বিৰুদ্ধে ভাৰতৰ যুঁজলৈ সমৰ্থন আৰু সহযোগিতা আগঢ়োৱাৰ প্ৰস্তাব দিয়াৰ বাবে মই তেওঁক ধন্যবাদ জনাইছো। কাটাৰত থকা ভাৰতীয় সমূদায়ক পৰ্যাপ্ত যতন লোৱাৰ বাবেও মই তেওঁৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছো।”
****
DS/MS
(ৰিলিজ আই ডি : 1714657)
অতিথি কক্ষ : 157
ত এই ৰিলিজটো পঢ়ক:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada