প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মৌলানা ওয়াহিদুদ্দিন খানৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
পোষ্ট কৰা হৈছে:
22 APR 2021 8:38AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মৌলানা ওয়াহিদুদ্দিন খানৰ দেহাৱসানত শোক প্ৰকাশ কৰিছে।
শ্ৰী মোদীয়ে এইবুলি টুইট কৰেঃ
"মৌলানা ওয়াহিদুদ্দিন খানৰ বিয়োগত শোকবিহ্বল হৈ পৰিছো। ধর্মতত্ব আৰু আধ্যাত্মিকতা বিষয়ত অন্তর্দৃষ্টিপূর্ণ জ্ঞানৰ বাবে তেওঁ স্মৰণীয় হৈ থাকিব। তেওঁ সমাজ সেৱা আৰু সামাজিক সবলীকৰণ সন্দৰ্ভতো উৎসাহী আছিল। তেওঁৰ পৰিয়ালবৰ্গ আৰু অগণিত শুভাকাংক্ষীলৈ সমবেদনা জনালো। তেওঁৰ আত্মাই শান্তি লাভ কৰক।"
*****
DS /AKJ/SB
(ৰিলিজ আই ডি : 1713518)
অতিথি কক্ষ : 196
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam