প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জালিয়ানৱালা বাগৰ হত্যাকাণ্ডৰ শ্বহীদসকললৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধা নিবেদন

प्रविष्टि तिथि: 13 APR 2021 9:14AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জালিয়ানৱালা বাগৰ হত্যাকাণ্ডৰ শ্বহীদসকললৈ শ্ৰদ্ধা নিবেদন কৰিছে।

এটা টুইটত শ্ৰী মোদীয়ে কয়ঃ

জালিয়ানৱালা বাগৰ হত্যাকাণ্ডত শ্বহীদ হোৱাসকলক শ্ৰদ্ধা জনাইছো। তেওঁলোকৰ সাহসিকতা, বীৰত্ব আৰু ত্যাগে প্ৰতিজন ভাৰতীয়কে শক্তি যোগাইছে।

****

DS/SB


(रिलीज़ आईडी: 1711343) आगंतुक पटल : 240
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam