স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

টিকা উৎসৱৰ ১ম দিনা প্ৰায় ৩০ লাখ পালি প্ৰদানতে মুঠ ক’ভাৰেজ হ’লগৈ ১০.৪৫ কোটি

ভাৰতৰ প্ৰতি দিনে গড় পালিয়ে অতিক্ৰম কৰিলে ৪০ লাখৰ সীমা, যি বৈশ্বিকভাৱে সৰ্বাধিক হৈয়ে আছে

দৈনিক নতুন ঘটনাৰ ৮১% লাভ ১০ ৰাজ্যত

সক্ৰিয় কেছল’ডৰ ৭০.১৬% আছে ৫ ৰাজ্যত

Posted On: 12 APR 2021 11:39AM by PIB Guwahati

আজি হ’ল দেশজোৰা টিকা উৎসৱৰ ২য়-দিন। আজি দেশখনত প্ৰদান কৰা ক’ভিড-১৯ ভেকচিন পালিৰ মুঠ সংখ্যাই ১০.৪৫ কোটি অতিক্ৰম কৰিলে।

ক্ৰমবৰ্ধমানভাৱে, আজি পুৱা ৭ বজা পৰ্যন্ত লাভ কৰা অস্থায়ী প্ৰতিবেদন অনুসৰি, ১৫,৫৬,৩৬১ ছেচনজুৰি ১০,৪৫,২৮,৫৬৫ পালি ভেকচিন প্ৰদান কৰা হৈছে। ইয়াত অন্তৰ্ভুক্ত হৈছেঃ ৯০,১৩,২৮৯ হেল্থ কেয়াৰ কৰ্মীক ১ম পালি আৰু ৫৫,২৪,৩৪৪ হেল্থ কেয়াৰ কৰ্মীক ২য় পালি, ৯৯,৯৬,৮৭৯ ফ্ৰন্ট লাইন কৰ্মী (১ম পালি), ৪৭,৯৫,৭৫৬ ফ্ৰন্ট লাইন কৰ্মী (২য় পালি), ৬০ বছৰ বয়সৰ উৰ্ধ ৪,০৫,৩০,৩২১ হিতাধিকাৰীক ১ম পালি আৰু ১৯,৪২,৭০৫ হিতাধিকাৰীক ২য় পালি আৰু ৪৫ ৰপৰা ৬০ বছৰ বয়সৰ ৩,২০,৪৬,৯১১ হিতাধিকাৰী (১ম পালি) আৰু ৬,৭৮,৩৬০ হিতাধিকাৰী (২য় পালি)।

হেল্থ কেয়াৰ কৰ্মী

ফ্ৰন্ট লাইন কৰ্মী

৪৫-৬০ বছৰ বয়সৰ লোক

৬০ বছৰ বয়সৰ উৰ্ধ লোক

 

মুঠ

১ম পালি

২য় পালি

১ম পালি

২য় পালি

১ম পালি

২য় পালি

১ম পালি

২য় পালি

৯০,১৩,২৮৯

৫৫,২৪,৩৪৪

৯৯,৯৬,৮৭৯

৪৭,৯৫,৭৫৬

৩,২০,৪৬,৯১১

৬,৭৮,৩৬০

৪,০৫,৩০,৩২১

১৯,৪২,৭০৫

১০,৪৫,২৮,৫৬৫

দেশখনত অদ্যপি প্ৰদান কৰা মুঠ পালিৰ ৬০.১৩% প্ৰদান কৰা হয় আঠখন ৰাজ্যত।

টিকা উৎসৱৰ ১ম দিনা অৰ্থাৎ কালি প্ৰায় ৩০ লাখ পালি টিকাদান কৰা যায়।

দেশজোৰা টিকা উৎসৱৰ ১ম দিনা দেখা যায় যে ৬৩,৮০০ ক’ভিডৰ টিকাদান কেন্দ্ৰ (CVC) কাৰ্যক্ষম হৈ আছে, যি গড়ে ১৮,৮০০ কাৰ্যক্ষম চিভিচিৰপৰা বৃদ্ধি হৈ পৰে। গৰিষ্ঠসংখ্যক চিভিচি ব্যক্তিগত কৰ্ম স্থানত কাৰ্যক্ষম হৈ আছিল। অতিৰিক্তভাৱে, দেওবাৰ হোৱা সত্বেও, সাধাৰণতে টিকাদানৰ সংখ্যা নিম্ন হোৱা সত্বেও, টিকা উৎসৱৰ প্ৰথম দিনটোত প্ৰায় ৩০ লাখ পালি টিকাদান কৰা যায়।

টিকাদান কাৰ্যক্ৰমৰ ৮৬-সংখ্যক দিন (১১ এপ্ৰিল, ২০২১) অনুসৰি, ২৯,৩৩,৪১৮ পালি ভেকচিন প্ৰদান কৰা হয়। ইয়াৰ ভিতৰত, ৩৮,৩৯৮ ছেচনজুৰি ২৭,০১,৪৩৯ হিতাধিকাৰীক ১ম পালি আৰু ২,৩১,৯৭৯ হিতাধিকাৰীক ২য় পালি ভেকচিন প্ৰদান কৰা যায়।

তাৰিখঃ ১১ এপ্ৰিল, ২০২১

হেল্থ কেয়াৰ কৰ্মী

ফ্ৰন্ট লাইন কৰ্মী

৪৫ ৰপৰা <৬০ বছৰ বয়সৰ লোক

৬০ বছৰ বয়সৰ উৰ্ধ লোক

মুঠ

১ম পালি

২য় পালি

১ম পালি

২য় পালি

১ম পালি

২য় পালি

১ম পালি

২য় পালি

১ম পালি

২য় পালি

৯,২২৬

১৬,০৫৫

৪৩,২৬৪

৩৬,৫৪৭

১৭,৭০,২৫৮

৩৬,৮৭৮

৮,৭৮,৬৯১

১,৪২,৪৯৯

২৭,০১,৪৩৯

২,৩১,৯৭৯

বৈশ্বিকভাৱে প্ৰদান কৰা দৈনিক পালিৰ সংখ্যাৰ ক্ষেত্ৰত, প্ৰতি দিনে গড়ে ৪০,৫৫,০৫৫ পালি প্ৰদানেৰে ভাৰতে শীৰ্ষস্থান অধিকাৰ কৰি আহিছে। কালি এই পৰিমাণ আছিল ৩৮,৩৪,৫৭৪।

ভাৰতৰ দৈনিক নতুন ঘটনা বৃদ্ধি পাই আহিছে। যোৱা ২৪ ঘন্টাত ১,৬৮,৯১২ টা নতুন ঘটনা লাভ কৰা হয়।

মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, দিল্লী, চত্তীশগড়, কৰ্ণাটক, কেৰালা, তামিল নাডু, মধ্য প্ৰদেশ, গুজৰাট আৰু ৰাজস্থানকে ধৰি দহ ৰাজ্যত ক’ভিডৰ দৈনিক নতুন ঘটনা বৃদ্ধি পাইছে। নতুন ঘটনাৰ ৮৩.০২% লাভ কৰা হৈছে এই ১০ খন ৰাজ্যত।

মহাৰাষ্ট্ৰত দৈনিক নতুন ঘটনা সৰ্বাধিক ৬৩,২৯৪ টা। ইয়াৰ পাছতেই উত্তৰ প্ৰদেশত ১৫,২৭৬ টাৰ সমান্তৰালভাৱে দিল্লীত ১০,৭৭৪ টা নতুন ঘটনা লাভ কৰা যায়।

ষোল্লখন ৰাজ্যত দৈনিক নতুন ঘটনা উৰ্ধমুখী হৈ পৰিছে।

ভাৰতৰ মুঠ সক্ৰিয় কেছল’ডে ১২,০১,০০৯ স্পৰ্শ কৰিছে। ইয়াৰ হাৰ হৈছে দেশখনৰ মুঠ পজিটিভ ঘটনাৰ ৮.৮৮%। যোৱা ২৪ ঘন্টাত মুঠ সক্ৰিয় কেছল’ডৰপৰা মুঠ ৯২,৯২২ টা ঘটনা হ্ৰাস পায়।

ভাৰতৰ মুঠ সক্ৰিয় ঘটনাৰ ৭০.১৬% লাভ কৰা যায় পাঁচখন ৰাজ্য যথাঃ মহাৰাষ্ট্ৰ, চত্তীশগড়, কৰ্ণাটক, উত্তৰ প্ৰদেশ আৰু কেৰালাত। দেশখনৰ মুঠ সক্ৰিয় কেছল’ডৰ ৪৭.২২% মহাৰাষ্ট্ৰতে কেৱল লাভ কৰা গৈছে।

আজি ভাৰতৰ মুঠ আৰোগ্য লাভৰ সংখ্যা হয় ১,২১,৫৬,৫২৯। ৰাষ্ট্ৰীয় আৰোগ্য লাভৰ হাৰ হয় ৮৯.৮৬%।

যোৱা ২৪ ঘন্টাত ৭৫,০৮৬ জন ৰোগীয়ে আৰোগ্য লাভ কৰে।

দৈনিক মৃত্যুৰ ঘটনা বৃদ্ধি পাই আহিছে। যোৱা ২৪ ঘন্টাত ৯০৪ টা মৃত্যুৰ ঘটনা সংঘটিত হৈছে।

নতুন মৃত্যুৰ ঘটনাৰ ৮৯.১৬% সংঘটিত হৈছে দহখন ৰাজ্যত। মহাৰাষ্ট্ৰত মৃত্যুৰ ঘটনা সৰ্বাধিক ৩৪৯ টা। ইয়াৰ পাছতেই চত্তীশগড়ত ১২২ টা দৈনিক মৃত্যুৰ ঘটনা সংঘটিত হয়।

যোৱা ২৪ ঘন্টাত নখন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত এটাও কভিড-১৯ জনিত মৃত্যুৰ ঘটনা সংঘটিত হোৱা নাই। এইসমূহ হৈছেঃ ওড়িশা, হিমাচল প্ৰদেশ, লাডাখ, দমন ও ডিউ আৰু দাদৰা ও নগৰ হাভেলী, মেঘালয়, ছিকিম, লক্ষদ্বীপ, আন্দামান ও নিকোবৰ দ্বীপপুঞ্জ আৰু অৰুণাচল প্ৰদেশ।

 

****

MV/SB



(Release ID: 1711302) Visitor Counter : 239