প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বাবু জগজীৱন ৰামৰ জয়ন্তীত তেওঁলৈ শ্ৰদ্ধা নিবেদন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 05 APR 2021 9:14AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাবু জগজীৱন ৰামৰ জয়ন্তীত তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰিছে।

এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "স্বতন্ত্ৰতা সেনানী আৰু সামাজিক ন্যায়ৰ বিশিষ্ট প্ৰবক্তা বাবু জগজীৱন ৰামৰ জয়ন্তীত তেওঁলৈ বিনম্ৰ শ্ৰদ্ধাঞ্জলি জনাইছো। সমাজৰ শোষিত আৰু বঞ্চিতসকলৰ উত্থানৰ অৰ্থে তেওঁৰ বিশেষ প্ৰচেষ্টাই সদায়েই প্ৰেৰণা যোগাই যাব।"

***

DS/SH/SB


(रिलीज़ आईडी: 1709614) आगंतुक पटल : 250
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam