প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
গীতা প্ৰেছৰ অধ্যক্ষ ৰাধেশ্যাম খেমকাৰ বিয়োগত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
04 APR 2021 2:07PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গীতা প্ৰেছৰ অধ্যক্ষ ৰাধেশ্যাম খেমকাৰ বিয়োগত শোক প্ৰকাশ কৰিছে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, ‘গীতা প্ৰেছৰ অধ্যক্ষ আৰু সনাতন সাহিত্যক জনসাধাৰণৰ মাজলৈ ওচৰ চপাই নিয়া ৰাধশ্যাম খেমকা ডাঙৰীয়াৰ বিয়োগৰ বাতৰিয়ে গভীৰভাৱে ব্যথিত কৰিছে। খেমকা ডাঙৰীয়াই গোটেই জীৱনজুৰি বিভিন্ন সামাজিক কাম-কাজৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ আছিল। দুখৰ এই সময়ত তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকলৰ প্ৰতি মই সমবেদনা জনাইছোঁ। ওম শান্তি!’
********************
DS/SH/KG
(ৰিলিজ আই ডি : 1709591)
অতিথি কক্ষ : 203
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam