কেবিনেট

খাদ্য-সংসাধন উদ্যোগৰ বাবে উত্পাদনশীলতা-সংযুক্ত উদগণি আঁচনিৰ প্ৰস্তাৱলৈ কেবিনেটৰ অনুমোদন

Posted On: 31 MAR 2021 3:03PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেবনেটৰ সভাই খাদ্য-সংসাধন উদ্যোগৰ বাবে কেন্দ্ৰীয় খণ্ডৰ আঁচনি-উত্পাদন সংযুক্ত উদগণি আঁচনি(পিএলআইএছএফপিআই)আগবঢ়োৱাৰ এক প্ৰস্তাৱলৈ আনুষ্ঠানিক ভাবে অনুমোদন জলায়। ভাৰতত উভৈনদীকৈ উপলব্ধ হোৱা প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাদ্য-সামগ্ৰীৰ ক্ষেত্ৰত ভাৰতীয় ‘ব্ৰেণ্ড’ প্ৰতিস্থা কৰাৰ মানসৰে ১০,৯০০কোটি টকাৰ পুঁজি আৱণ্টনৰে দেশক বিশ্বৰ অগ্ৰণী খাদ্য-সংসাধনৰ পীঠ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰেই এই আঁচনি ৰূপায়ণৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে।

  • নিয়োগ সম্ভাৱনা সৃষ্টিকে ধৰি অন্যান্য প্ৰভাৱ:
  • আঁচনিখনৰ ৰূপায়ণে খাদ্য সংসাধনৰ পৰিসৰ বৃদ্ধি কৰাৰ লগতে সংসাধিত খাদ্যৰ বাণিজ্যিক সম্ভাৱনীয়তা ৩৩,৪৯৪কোটি টকা পৰিমাণলৈ বৃদ্ধি কৰিব।
  • আনহাতে, ২০২৬-২৭ বিত্তীয় বৰ্ষৰ ভিতৰত খণ্ডটোত প্ৰায় ২.৫লাখ ব্যক্তিক নিয়োজিত কৰাৰ সামৰ্থ্য প্ৰদান কৰিব। 
  •  
  • বিত্তীয় প্ৰয়োজনীয়তা:
  •  

উত্পাদনশীলতা-সংযুক্ত উদগণি আঁচনিৰ আধীনত খণ্ড আৰু বছৰ ভিত্তিক আৱণ্টিত পুঁজিৰ পৰিমাণ

 

(কোটি টকাৰ হিচাপত)

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

আৰটিচি/আৰটিই খাদ্য

 

সংসাধিত খাদ্য আৰু পানীয়

 

সাগৰীয় সামগ্ৰী

 

মজৰেল্লা চীজ

বিক্ৰীত উদগণি

 

বিদেশত ব্ৰেণ্ডিং আৰু বিপণন

 

প্ৰশাসনীয় ব্যয়

 

মুঠ

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

2021-22

 

0

 

0

 

0

 

0

 

0

 

0

 

10

 

10

 

2022-23

 

280

 

272

 

58

 

20

 

630

 

375

 

17

 

1,022

 

2023-24

 

515

 

468

 

122

 

40

 

1145

 

375

 

17

 

1,537

 

2024-25

 

745

 

669

 

185

 

63

 

1662

 

275

 

17

 

1,954

 

2025-26

 

981

 

872

 

246

 

70

 

2169

 

250

 

17

 

2,436

 

2026-27

 

867

 

701

 

212

 

54

 

1833

 

125

 

17

 

1,975

 

2027-28

 

794

 

601

 

170

 

36

 

1601

 

100

 

15

 

1,716

 

Total

 

4181

 

3582

 

993

 

283

 

9040

 

1500

 

110

 

10,900*

 

*সকলো প্ৰকাৰৰ কণী, কণীৰে প্ৰস্তুত সামগ্ৰী, হাঁহ-কুকুৰাৰ মাংসকে ধৰি উদ্ভাৱনশীল/জৈৱিক খাদ্য সামগ্ৰীৰ বাবে নিৰ্দ্ধাৰিত ২৫০কোটি টকাকো ইয়াত সামৰি লোৱা হৈছে।

 

 

  •  

*********

DS/KB



(Release ID: 1709309) Visitor Counter : 206