প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

দেশবাসীক হোলীৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 29 MAR 2021 9:20AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হোলী উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে৷

টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “আপোনালোক সকলোকে হোলীৰ বহুত বহুত শুভকামনা জনাইছো৷ সুখ, উচাহ আৰু হাঁহি-ধেমালিৰ এই উৎসৱে সকলোৰে জীৱনত নতুন উদ্যম আৰু নতুন শক্তি সঞ্চাৰ কৰক৷”

***

DS/SH/DB


(रिलीज़ आईडी: 1708359) आगंतुक पटल : 249
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam