প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মহাশিৱৰাত্ৰী উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 11 MAR 2021 10:41AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাশিৱৰাত্ৰী উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে৷

টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “মহাশিৱৰাত্ৰী উপলক্ষে দেশবাসীক বহুত বহুত শুভকামনা জ্ঞাপন কৰিছো৷ হৰ হৰ মহাদেৱ!”

***

DS/SH/DB


(ৰিলিজ আই ডি : 1704272) অতিথি কক্ষ : 136