প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ছত্রপতি শিৱাজী মহাৰাজৰ জন্মজয়ন্তীত প্রধানমন্ত্রীৰ শ্রদ্ধা নিবেদন

प्रविष्टि तिथि: 19 FEB 2021 9:44AM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ছত্রপতি শিৱাজী মহাৰাজৰ জন্মদিনত তেওঁলৈ শ্রদ্ধা নিবেদন কৰিছে।

 

এক টুইট বার্তাযোগে প্রধানমন্ত্রীয়ে কয়, “ ভাৰত মাতাৰ অমৰ সন্তান, ছত্রপতি শিৱাজী মহাৰাজৰ জন্মদিনত তেওঁক কোটি কোটি প্রণাম জনাইছো।  বিভিন্ন ঘটনাত তেখেতৰ অদম্য সাহস, অদ্ভূত শৌর্য্য আৰু অসাধাৰণ বুদ্ধিমত্তাৰ পৰিচয় আমি পাও, যিয়ে যুগ যুগ ধৰি দেশবাসীক অনুপ্রাণিত কৰি আহিছে। জয় শিৱাজী!”

 

**********


(रिलीज़ आईडी: 1701917) आगंतुक पटल : 171
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam