প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

সন্ত ৰবিদাসক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

प्रविष्टि तिथि: 27 FEB 2021 11:22AM by PIB Guwahati

সন্ত ৰবিদাসক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

 

 

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, ‘সন্ত ৰবিদাসজীয়ে শতাব্দী পূৰ্বে সমতা, সদ্ভাৱনা আৰু কৰুণাৰ যি বাণী বিলাইছিল সেয়াই দেশবাসীক যুগ যুগ ধৰি অনুপ্ৰাণিত কৰিব। তেওঁৰ জয়ন্তীত মই তেওঁক প্ৰণাম জনাইছোঁ।’

 

*************

DS/SH/KG


(रिलीज़ आईडी: 1701457) आगंतुक पटल : 193
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam