প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
২৩ ফেব্ৰুৱাৰীত আইআইটি খড়গপুৰৰ ৬৬সংখ্যক সমাৱর্তন অনুষ্ঠানত ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
21 FEB 2021 7:20PM by PIB Guwahati
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ২৩ ফেব্রুৱাৰীৰ দুপৰীয়া ১২.৩০বজাত ভিডিঅ’ কনফাৰেন্সিংযোগে আইআইটি খড়গপুৰৰ ৬৬সংখ্যক সমাৱর্তন অনুষ্ঠানত ভাষণ আগবঢ়াব। এই উপলক্ষে পশ্চিমবংগৰ ৰাজ্যপাল, কেন্দ্রীয় শিক্ষা মন্ত্রী আৰু ৰাজ্যিক শিক্ষা মন্ত্রীও অনুষ্ঠানত উপস্থিত থাকিব।
*****
DS/VJ/AK/DB
(रिलीज़ आईडी: 1699877)
आगंतुक पटल : 177
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam