যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়
কেন্দ্ৰীয় চৰকাৰৰ নিয়োগৰ ক্ষেত্ৰত ক্ৰীড়াৰ বাবে থকা সংৰক্ষণ তালিকাত অন্তৰ্ভুক্ত হ’ল ২১বিধ নতুন খেলৰ শিতান
प्रविष्टि तिथि:
08 FEB 2021 2:32PM by PIB Guwahati
কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়/বিভাগ আদিৰ তৃতীয় শ্ৰেণীৰ পদত বিশিষ্ট খেলুৱৈক নিযুক্তিৰ ক্ষেত্ৰত থকা সংৰক্ষণ তালিকাত ‘মল্লাখাম্ব’ আৰু ‘ছেপাক টাক্ৰ’’ৰ দৰে ২১বিধ নতুন খেলৰ শিতানকো অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছে চৰকাৰে। নতুনকৈ অন্তৰ্ভুক্ত কৰা খেলৰ শিতানসমূহ তলত উল্লেখ কৰা হ’ল:
|
ক্ৰমিক নং
|
খেল শিতানৰ নাম
|
ক্ৰমিক নং
|
খেল শিতানৰ নাম
|
-
|
বেছবল
|
-
|
শৰীৰ চৰ্চা
|
-
|
চাইকেল পলো
|
-
|
দীফ স্পৰ্ট
|
-
|
ফেন্সিং
|
-
|
কুডো
|
-
|
মাল্লাখাম্ব
|
-
|
মটৰ স্পৰ্টছ
|
-
|
নেট বল
|
-
|
পেৰা স্পৰ্টছ(পেৰা অলিম্পিক আৰু পেৰা এছীয়ান গেমছকে ধৰি)
|
-
|
পেনকাক ছিল্টা
|
-
|
ছুটিং বল
|
-
|
ৰোল বল
|
-
|
ৰাগ্বী
|
-
|
ছেপাক চাক্ৰ
|
-
|
ছফ্ট টেনিছ
|
-
|
টেনপিন বলিং
|
-
|
ট্ৰাইথলন
|
-
|
টাগ অব ৱাৰ
|
-
|
উছ
|
-
|
টেনিছ বল ক্ৰিকেট
|
|
|
ৰাজ্যসভাত এটা লিখিত প্ৰশ্নৰ উত্তৰ দান কৰি ক্ৰীড়া বিভাগৰ ৰাজ্য মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজুয়ে আজি দিয়া তথ্যত এই কথা প্ৰকাশ পাইছে।
*****
NB/OA/KB
(रिलीज़ आईडी: 1696400)
आगंतुक पटल : 176