প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে শ্ৰী নৰেন্দ্ৰ চঞ্চলৰ মৃত্যুত শোক প্ৰকাশ কৰিছে

प्रविष्टि तिथि: 22 JAN 2021 3:58PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী নৰেন্দ্ৰ চঞ্চলৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়, জনপ্ৰিয় ভোজন গায়ক নৰেন্দ্ৰ চঞ্চলৰ মৃত্যুৰ বাতৰিয়ে মোক অত্যন্ত দুখ দিছে। তেওঁ সুন্দৰ কণ্ঠৰে ভোজন গায়নৰ জগতত বিশেষ পৰিচিয় সৃষ্টি কৰিছিল। এই দুখৰ সময়ত মই তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকলক সমবেদনা জনাইছো। ওম শান্তিঃ।

****

 

DS/ VJ/MS


(रिलीज़ आईडी: 1691467) आगंतुक पटल : 137
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam