স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ডঃ হৰ্ষ বৰ্ধনে লংগিটিউডিনেল এজিং ষ্টাডী অফ ইণ্ডিয়া (লাছি) ৱেভ-১, ইণ্ডিয়া প্ৰতিবেদন মুকলি কৰে

‘লংগিটিউডিনেল এজিং ষ্টাডী অফ ইণ্ডিয়া (লাছি)-ই বয়োজ্যেষ্ঠ লোকৰ জনসংখ্যাৰ বাবে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক স্তৰৰ কাৰ্য্যসূচী আৰু নীতিৰ বাবে প্ৰমাণ আধাৰ প্ৰদান কৰিব’

‘লাছিৰ এক অনন্য বিশেষত্ব হৈছে বিস্তৃত বায়োমাৰ্কাৰক সামৰি লোৱাটো, ভাৰতত আন কোনো জৰীপে পৰিয়াল আৰু সামাজিক নেটৱৰ্ক, উপাৰ্জন, সম্পত্তি আৰু উপভোগৰ বিষয়ে তথ্যৰ সৈতে স্বাস্থ্য আৰু বায়োমাৰ্কাৰৰ ওপৰত বিতং তথ্য সংগ্ৰহ নকৰে’

পোষ্ট কৰা হৈছে: 06 JAN 2021 4:36PM by PIB Guwahati

কেন্দ্রীয় স্বাস্থ্য আৰুৰিয়াল কল্যাণমন্ত্রী ডঃ হর্ষবর্ধন আজি ভার্চুৱেল মাধ্যম লংগিটিউডিনেল এজিং ষ্টাডী অফ ইণ্ডিয়া (লাছি) ৱেভ-১, ইণ্ডিয়া প্ৰতিবেদন প্রকাশ কৰে

 

লংগিটিউডিনেল এজিং ষ্টাডী অফ ইণ্ডিয়া (লাছি)-ই ভা বয়স হোৱা জনসংখ্যাৰ স্বাস্থ্য, অর্থনৈতিক আৰু সামাজিক নির্ধাৰক আৰু জনসংখ্যা বৃদ্ধি সম্পর্কিত বিষয় সমীক্ষা কৰি আহিছে স্বাস্থ্য আৰুৰিয়াল কল্যাণ মন্ত্রালয়ে বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্য সেৱাৰ ক্ষেত্র ৰাষ্ট্ৰীয় কাৰ্যসূচী গ্রহণ কৰিছে। এ বিষয় সহায় লোৱা ছে ইন্টা্যল ইনষ্টিটিউট ফ পপুলেশ্যছাইন্সে মুম্বাই। এ ক্ষেত্র সহযোগিতা আগবঢ়াইছে হার্ভার্ড স্কুল অ পাব্লিক হেল্থ, ইউনিভাৰ্ছিটি অ ছাউদাৰ্ণলিফৰ্ণিয়া, ইউএআৰু ইউনাইটেড নেচনছ পপুলেশ্যন ফাণ্ড আৰু ্যল ইনষ্টিটিউট অন এজিং-এ।

 

লংগিটিউডিনেল এজিং ষ্টাডী অফ ইণ্ডিয়া (লাছি)-ই তেওঁলোকৰ ৱেভ-১ৰ জৰিয়তে ৪৫ বছৰৰ ঊর্ধ্ব ৭২,২৫০ জন লোকক লৈ সমীক্ষা চলাইছেইয়াৰ উপৰি ৬০ আৰু ৭৫ বছ বয়সৰ লোকসকলক লৈও সমীক্ষা কা আৰম্ভ কৰিছে।

 

প্ৰতিবেদন প্রকাশ কৰি কেন্দ্রীয় মন্ত্রী ডঃ হর্ষবর্ধন কয়, ভাৰতৰ প্রথম আৰু বিশ্ব বৃহত্তম সমীক্ষা যিয়ে সামাজিক, স্বাস্থ্য আৰু অর্থনৈতিক সুস্থতা বিষয়ে বয়োজ্যেষ্ঠ লোকসকলৰ বাবে নীতি আৰু কাৰ্যসূচীৰ জৰিয়তে এক পূর্ণাংগ তথ্য প্ৰস্তুত কৰিব। যিৰৱর্তী সময়ত ব্যহাৰা'ব।

 

তেওঁ কয়, ২০১১ বৰ্ষৰ জৰীপ অনুযায়ী, দেশ ষাঠী বছৰৰ উৰ্দ্ধৰ ব্যক্তি সংখ্যা ৮.৬ শতাংশ। ইয়াৰ ভিতৰত কোন কোন বয়স্ক লোক কি ধৰণৰ বার্ধক্যজনিত অসুখ ভুগিছে তাৰো এক সমীক্ষা চলোৱাছে। তেওঁ কয়, বয়স্ক নাগৰিসকলৰ স্বাস্থ্য সুক্ষা বাবে চৰকাৰ বদ্ধপৰিকৰ। আয়ুষ্মান ভাত যোজনা জৰিয়তে চিকিৎসা সেৱাৰ প্রসা ঘটোৱাছে।

 

 ***********

MV/SJ/KG


(ৰিলিজ আই ডি : 1686701) অতিথি কক্ষ : 287
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Bengali , Punjabi , Tamil , Telugu