ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়

ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দে ৩০ ডিচেম্বৰত প্ৰদান কৰিব ডিজিটেল ইণ্ডিয়া এৱাৰ্ড ২০২০

Posted On: 29 DEC 2020 6:15PM by PIB Guwahati

ৰাষ্ট্রপতি শ্ৰী ৰামনাথ কোবিন্দ অহা ৩০ ডিচেম্বৰৰ পুৱা ১১ বজাত ভিডি কনফাৰেন্স জৰিয়তে ডিজিটল ইণ্ডিয়া পুস্কাৰ ২০২০ প্রদান কৰিব ডিজিটল ইণ্ডিয়া ধাণাৈতে সংগতি ৰাখি প্রথমবাৰৰ বাবে সম্পূৰ্ণ প্রক্রিয়াট অনলাইন মাধ্যমেৰেৰাৈছে । অর্থাৎ এই পুস্কাৰৰ মনোনয়ন পত্র জমা দিয়া, সেইসমূহ বিবেচনা কৰা আৰু পুস্কা প্রদান এই কলোবোৰ অনলাইন মাধ্যমেৰে কৰা ৈছে। কেন্দ্রীয় বৈদ্যুতিন আৰু তথ্যপ্রযুক্তি মন্ত্রলয় অধীনস্থ্যল ইনফমেটিক্স চেন্টাৰ-এ দ্বি-বার্ষিক এই পুস্কা প্রদান কৰিব। বৈদ্যুতিন পদ্ধতিত প্রশাসনিক কা উদ্ভানক উৎসাহ যোগাবলৈ আৰু বিভিন্ন চৰকাৰী সেৱা ডিজিটল প্রক্রিয়াৰে মানুহৰ ওচৰলৈ নিয়াৰ স্বীকৃতি হিচাপে এই পুস্কা প্রদান কৰি অহা হৈছে

 

কেন্দ্রীয় আইন আৰু ন্যায়, যোগাযোগ আৰু বৈদ্যুতিক তথা তথ্যপ্রযুক্তি মন্ত্রী শ্রী বিশংকৰ প্রসাদ, বিভাগৰ সচিব শ্রী অজয় সাহনে আৰু অন্যান্য বিশিষ্ট ব্যক্তিয়েও অনলাইন জৰিয়তে এই পুস্কা প্রদান অনুষ্ঠান অংশগ্রহণ কৰিব। নতুন দিল্লীৰ বিজ্ঞান ভ প্লেনাৰী হল মূল অনুষ্ঠানট আয়োজিত ’ব। আনহাতে বিশিষ্ট ব্যক্তিসকলে কলকাতা,ভূপাল আৰু চেন্নাই পৰা এই অনুষ্ঠান অংশ লবসম্পূৰ্ণ  অনুষ্ঠানট দূদর্শন আৰু এনআইচিৰ ছচিয়েল মিডিয়া প্লটফর্মসম্প্রচাৰিত হ’ব।

 

এনআইচিৰ ৱেবকাস্ট- http://webcast.gov.in/digitalindiaawards

 

ইউ টিউব- https://www.youtube.com/nationalinformaticscentre

 

ইটা- https://twitter.com/NICMeity

 

ফেবুক - https://www.facebook.com/NICIndia

 

২০০৯ চনত প্রথমবাৰৰ বাবে এই পুস্কা প্ৰদান কৰাছিল। সেই সময় এই পুৰস্কাৰৰ নাম ছিল ৱেত্ন পুস্কা ২০১৪চনৰ পৰা ২০১৬ চনলৈ এই পুস্কাৰৰ নামণ কৰা ডিজিটল ইন্ডিয়া পুস্কাৰ হিচাপে। ছ বিভাগ ষষ্ঠ ডিজিটল ইন্ডিয়া পুস্কা প্ৰদান কৰা’ব।

 

এই পুস্কা প্ৰদান কৰিবলগীয়া বিভাগসমূহ হলঃ-

 

১) মহামাৰীৰ সময়ত উদ্ভাৱন: এক অসামান্য, অভিনৱ ডিজিটেল সমাধান বিকশিত কৰা এক চৰকাৰী সত্তাক সম্বৰ্ধনা জনোৱা যিয়ে নাগৰিকসকলক যোগাযোগ, স্বাস্থ্য, শিক্ষা, ভ্ৰমণ আদি ক্ষেত্ৰত মহামাৰীৰ সময়ত সহজতাৰে বিভিন্ন কাৰ্যকলাপ কৰিবলৈ বা চৰকাৰী সেৱাৰ ধাৰাবাহিকতা নিশ্চিত কৰাৰ বাবে এক উৎকৃষ্ট, অভিনৱ ডিজিটেল সমাধান বিকশিত কৰিছে।

 

২)ডিজিটেল শাসনত উৎকৃষ্টতা -মন্ত্ৰালয়/বিভাগ (কেন্দ্ৰীয়): ভাৰত চৰকাৰৰ এক মন্ত্ৰালয় বা বিভাগক সম্বৰ্ধনা জনোৱা যাৰ এক বিস্তৃত ডিজিটেল উপস্থিতি আছে আৰু ইয়াৰ ডিজিটেল উদ্যোগত এক উচ্চ স্তৰৰ আন্তঃ আৰু আন্তঃবিভাগ একত্ৰীকৰণ প্ৰদৰ্শন কৰে। ইলেক্ট্ৰনিক প্ৰমাণীকৰণ আৰু ডিজিটেল পৰিশোধৰ সৈতে একত্ৰীকৰণো মূল্যায়ন কৰা হয়

 

৩) ডিজিটেল শাসনত উৎকৃষ্টতা-ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলঃ এই বঁটাই ভাৰত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলক স্বীকাৰ কৰে যি স্বাস্থ্য, শ্ৰম, বিত্ত, সামাজিক ন্যায় আৰু পৰিৱেশৰ দৰে খণ্ডত ব্যাপক ডিজিটেল উপস্থিতি স্থাপনৰ বাবে দৃষ্টান্তমূলক উদ্যোগ প্ৰদৰ্শন কৰে যাৰ ফলত বহনক্ষম উন্নয়নৰ লক্ষ্য প্ৰাপ্ত হয়।

 

)িলা স্তৰত শ্রেষ্ঠ ডিজিটল প্রশাসনঃ- সর্বাংগীনভাবে বিভিন্ন তথ্য নাগৰিকৰ মাজলৈ আঞ্চলিক ভাষািবোৰিলা আটাইতকৈ ভালদৰে প্ৰদান কৰিবলৈ সক্ষম হৈছে তাৰ স্বীকৃতি হিচাপে এই পুস্কা প্ৰদান কৰা’ব

 

)অপেন ডাটা চম্পিয়নঃ-সঠিক সময় নিয়মিতভাৱে ৱেসেৱা বা এপিআই মাধ্যমেৰে চৰকাৰী তথ্য প্রদানৰ বাবে শ্রেষ্ঠ মন্ত্রালয়, বিভাগ, সংস্থা নাইবা ৰাজ্যক বাছনি কৰা হব

 

৬)দৃষ্টান্তমূলক সামগ্ৰী- এই পুস্কাৰৰ জৰিয়তে বিভিন্ন চৰকাৰী বিভাগ নাইবা সংস্থা সফলভাৱে ডিজিটল পদ্ধতিত তেওঁলোকৰ উদ্ভাৱিসামগ্ৰীৰ বাবে স্বীকৃতি লাভ কৰিব

 

ইয়াৰ সৈতে ৰাষ্ট্ৰীয় স্তৰত পাবলিক ডিজিটল প্লটফর্ম বাস্তৱায়ন আৰুৰিকল্পনা বাবে জুৰিৰ পছন্দৰ বঁটািয়া হ’ব।

 

অনলাইন মাধ্যমেৰে এই পুস্কাৰৰ বাবে মনোনয়ন গ্রহণ কৰা আৰম্ভছিল ২৩ অক্টোবৰৰ পৰা। এমাহৰি মনোনয়ন জমা দিয়াৰ কা চলিছিল। মুঠ ৪০২খন মনোনয়নপত্র জমা দিয়া হছিল। আইআইটি দিল্লীৰ ফালৰ পৰা মনোনয়নপত্র বাছনি কৰি সংক্ষিপ্ত তালিকা কৰা হয়।

 

 

***********

Monika/KG



(Release ID: 1684555) Visitor Counter : 237