প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰত-ভিয়েটনাম নেতৃবৃন্দৰ ভাৰ্চুৱেল সন্মিলন

Posted On: 21 DEC 2020 8:19PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ভিয়েটনামৰ প্রধানমন্ত্রী শ্ৰীযুত নিগুয়েন জুৱান ফুকৰ সৈতে ভাৰ্চুৱেলী এক সন্মিলন অংশগ্ৰহণ কৰে৷

দুয়োগৰাকী প্রধানমন্ত্রীয়ে বিভিন্ন দ্বিপাক্ষিক সহযোগিতাৰ প্ৰচেষ্টাৰ সন্দৰ্ভত পর্যালোচনা কৰে নেতা দুগৰাকীয়ে আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিভিন্ন বিষয়ক লৈও আলোচনা কৰে ভাৰত-ভিয়েটনাম সৰ্বাংগীণ কৌশলগত অংশীদাৰিত্বক আগুৱাই নিয়াৰ বাবে সন্মিলন এক 'শান্তি, সমৃদ্ধি আৰু জনসাধাৰণৰ বাবে যুটীয়া প্রস্তাগ্রহণ কৰা হয় যৌথ প্রস্তা ৰূপায়ণৰ লক্ষ্যৰে ২০২১ৰ পৰা ২০২৩ চনমাজত কর্মপৰিকল্পনাৰ বিষয় চুক্তি স্বাক্ষৰ কৰা হৈছে

সকলো ক্ষেত্র দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্বক লৈ দুয়োগৰাকী নেতা ঐক্যমতত উপনীত হৈছে ইখন দেশে সিখনৰাষ্ট্ৰীয় উন্নয়নৰ ক্ষেত্র গুৰুত্বপূর্ণ বিষয়সমূহত সহা কৰা আৰু ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চল শান্তিপূর্ণ, সুস্থিতি, নিৰাপদ, মুক্ত, সমন্বিত আৰু আইনৰ শাসন মানি অভিন্ন লক্ষ্যত উপনীত হোৱাৰ বাবে কেলগে কা কৰাৰ সিদ্ধান্ত লৈছে।

তেওঁলোকেভিড-১৯ মহামাৰীকে ধৰি অভিন্ন আন্তঃৰাষ্ট্ৰীয় বিভিন্ন প্ৰত্যাহ্বান মোকাবিলা কৰাত পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰ ওপৰ নিজৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰেমহামাৰীৰ বিৰুদ্ধে টিকা উদ্ভা সক্রিয় সহযোগিতা বজা ৰখাৰ লগতে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক ক্ষেত্র অভিন্ন চিন্তাধাৰাৰ কাৰণে দুয়োগৰাকী নেতা সিদ্ধান্ত লয়৷ ভাৰত আৰু ভিয়েটনামে ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদকে ধৰি বিভিন্ন বহুস্তৰীয় ফৰাম ঘনিষ্ঠভাৱে কাৰাৰ সহমত প্ৰকাশ কৰে৷ ২০২১ চনত ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদ ভাৰত আৰু ভিয়েটনামে যুটীয়াভাৱে কাৰিব৷

ভাৰতৰ ভাৰত-প্রশান্ত মহাসাগৰীয় উদ্যোগ আৰুছিয়ান গোৰ আউটলুক অন ইণ্ডো-পেচিফিকৰ চিন্তাধাৰাৰ প্ৰতি সাদৃশ্য থকাৰ বাবে দুয়োগৰাকী প্রধানমন্ত্রীয়ে সামুদ্রিক ক্ষেত্র নতুন আৰু বাস্তসম্মত সহযোগিতাক আৰু অধিক আগুৱাই নিয়াৰ পোষকতা কৰে৷

তাৎক্ষণিক প্ৰভাৱিত প্ৰকল্প, আইটিইচি, ই-আইটিইচি, পিএইচডি ফেলশ্বিপৰ দৰে বিভিন্ন উদ্যোগৰ জৰিয়তে ভাৰত ভিয়েটনামৰ উন্নয়ন আৰু দক্ষতা বৃদ্ধিৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ। ইয়াজৰিয়তে ভিয়েটনামৰ বহনক্ষণ উন্নয়ন লক্ষ্য, ডিজিটেল যোগাযোগ ব্যস্থা আৰু ঐতিহ্য সংৰক্ষণৰ দৰে প্রকল্পসমূহত সহা কৰা ’ব৷

ভাৰত ৰকাৰে ভিয়েটনামক ১০ কোটি মার্কিন ডলাৰৰ প্রতিৰক্ষা ক্ষেত্র অনুদান প্রকল্পটো সফলতাৰে ৰূপায়িত কৰা দুয়োগৰাকী প্রধানমন্ত্রীয়ে সন্তোষ প্রকাশ কৰেতদুপৰি, ভিয়েটনামৰ নিম থুয়ান প্রদেশ ভাৰতৰ সহায়ত সাতটা উন্নয়ন প্রকল্পৰ কাম সম্পূৰ্ণ হৈছে

প্রধানমন্ত্রীয়ে ভিয়েটনামৰ মাই মন্দিৰ চৌহদত ভাৰতীয় প্রত্নতাত্ত্বিক সর্বেক্ষণৰ সংৰক্ষণমূলক কাৰ বিষয় বিশেষভাৱে সন্তোষ প্রকাশ কৰেভাৰতীয় প্রত্নতাত্ত্বিক সর্বেক্ষণে ভিয়েটনাম ধৰৰ আৰু অধিক প্রকল্প কাৰিবলৈ আগ্রহ প্রকাশ কৰিছে।

***

DS/SH/DB



(Release ID: 1682882) Visitor Counter : 159