প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ইউকে-ৰ বৈদেশিক সচিব ড’মিনিক ৰাবৰ প্ৰধানমন্ত্ৰীক সাক্ষাত্

प्रविष्टि तिथि: 16 DEC 2020 11:49AM by PIB Guwahati

ইউকে-ৰ বৈদেশিক সচিব শ্ৰী ডমিনিক ৰাবে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাত্ কৰে।  তেওঁলোকৰ মাজত দুয়োখন দেশৰ কৌশলগত অংশীদাৰিত্ব সম্পৰ্কীয় প্ৰসংগসমূহৰ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়।

***********


(रिलीज़ आईडी: 1681360) आगंतुक पटल : 161
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam