প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কাইলৈ তিনিখন চহৰৰ টীকা ব্যৱস্থাপনা পৰিদৰ্শন কৰিবলৈ যাব প্ৰধানমন্ত্ৰী

Posted On: 27 NOV 2020 4:36PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে টীকা উদ্ভাৱন আৰু উৎপাদনৰ বিষয়ে নিজে উপস্থিত থাকি স্বচক্ষে চাবলৈ কাইলৈ তিনিখন চহৰলৈ যাব। তেওঁ আহমেদাবাদৰ জাইডাছ বায়’টেক পার্ক, হায়দৰাবাদৰ ভাৰত বায়’টেক আৰু পুণেৰ ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়ালৈ যাব।

ক’ভিড-১৯ ৰ বিৰুদ্ধে সংগ্ৰামত ভাৰত এতিয়া এক গুৰুত্বপূর্ণ ঠাইত অৱস্থান কৰিছে। প্রধানমন্ত্রীয়ে এইবোৰ প্রতিষ্ঠানলৈ গৈ বিজ্ঞানীসকলৰ সৈতে আলোচনাৰে ভৱিষ্যত প্রস্তুতিৰ ক্ষেত্রত সুবিধা হ’ব। ইয়াৰ উপৰিও দেশ নাগৰিকসকলৰ টীকাকৰণৰ ক্ষেত্রত বিভিন্ন প্ৰত্যাহ্বানৰ মোকাবিলাৰ বাবে পৰিকল্পনা কৰিব পৰা যাব।

*****



(Release ID: 1678222) Visitor Counter : 179