পোষ্ট কৰা হৈছে:
30 NOV 2020 9:51AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী গুৰু নানক দেৱ জীৰ প্ৰকাশ পৰ্ব উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে৷
টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “গুৰু নানক দেৱ জীৰ প্ৰকাশ পৰ্ব উপলক্ষে তেওঁলৈ মই প্ৰণিপাত জনাইছো৷ তেওঁৰ চিন্তাধাৰাই আমাক সমাজৰ সেৱাৰ লগতে এখন উন্নত গ্ৰহ সুনিশ্চিত কৰাৰ বাবে যাতে অনুপ্ৰাণিত কৰি থাকে তাকে কামনা কৰিলো৷”
***
DS/SH/DB