প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

হিমাচল প্ৰদেশৰ মাণ্ডিত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

পোষ্ট কৰা হৈছে: 16 NOV 2020 10:43AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হিমাচলপ্ৰদেশৰ মাণ্ডিত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷

টুইটাৰযোগে এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “হিমাচলপ্ৰদেশৰ মাণ্ডিত সংঘটিত পথ দুৰ্ঘটনাৰ খবৰে মৰ্মাহত কৰিছে৷ চৰকাৰে উদ্ধাৰ আৰু সাহায্যৰ কামত লাগি আছে৷ এই দুৰ্ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো৷”

***

DS/SH/DB


(ৰিলিজ আই ডি : 1673337) অতিথি কক্ষ : 169