প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আইআইটি, ৰূড়কীয়ে অনুষ্ঠিত কৰা প্ৰথম জয় কৃষ্ণ স্মাৰক বক্তৃতা সম্বোধন প্ৰধানমন্ত্ৰীৰ মুখ্য সচিবৰ
प्रविष्टि तिथि:
06 NOV 2020 8:16PM by PIB Guwahati
প্ৰধানমন্ত্ৰীৰ মুখ্য সচিব শ্ৰী পিকে মিশ্ৰই আইআইটি, ৰূড়কীয়ে অনুষ্ঠিত কৰা প্ৰথম জয় কৃষ্ণ স্মাৰক বক্তৃতা সম্বোধন কৰে। এই বক্তৃতাত ক’ভিড-১৯ আৰু ভাৰতৰ দুৰ্যোগ সম্ভাৱনা ব্যৱস্থাপনাৰ ভৱিষ্যৎ সন্দৰ্ভত গুৰুত্ব প্ৰদান কৰা হয়।
এই অনুষ্ঠান সম্বোধন কৰি, মুখ্য সচিবে কয় যে দুৰ্যোগ সম্ভাৱনা ব্যৱস্থাপনাৰ সুযোগ বৃদ্ধি পাইছে। তেওঁ লগতে কয় যে ইয়াৰ সুযোগ সম্প্ৰসাৰিত হৈছে আৰু ইয়াত বহু বিষয়ৰ সংমিশ্ৰণ ঘটিছে আৰু এটা ঠেক নিৰ্দিষ্ট ক্ষেত্ৰত দেখা পোৱা নাযাব।
শ্ৰী মিশ্ৰই মহামাৰী উদ্ভৱ পৰিস্থিতি অতিক্ৰম কৰিবলৈ হাতত ল’বলগীয়া ভৱিষ্যতৰ পদক্ষেপসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ তদুপৰি কয় যে ক’ভিড-১৯এ যি পাঠ শিকালে, ইয়াৰ জৰিয়তে দেশে আহি থকা ভৱিষ্যতৰ অৰ্থে এটা উত্তম পৰিকল্পনা হাতত ল’ব পাৰে।
***
VRRK/AK/SB
(रिलीज़ आईडी: 1670863)
आगंतुक पटल : 177
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam