কয়লা মন্ত্ৰালয়

বাণিজ্যিক কয়লা খননৰ নিলামৰ ১ম দিনা উৎসাহজনক আৰম্ভণি

प्रविष्टि तिथि: 02 NOV 2020 6:24PM by PIB Guwahati

কয়লাৰ বিক্ৰীৰ অৰ্থে কয়লা খনিৰ নিলামৰ প্ৰথম দিনা নিবিদাকাৰীসকলৰ মাজত শক্তিশালী আৰু সুস্থ প্ৰতিযোগিতা পৰিলক্ষিত হয়। কয়লা মন্ত্ৰালয়ে ১৮ জুন, ২০২০ত বাণিজ্যিক খননৰ অৰ্থে কয়লা খনিসমূহৰ নিলাম আৰম্ভ কৰিছিল। ইয়াৰ অংশ হিচাপে টু ষ্টেজ ফৰৱাৰ্ড অক্সন প্ৰক্ৰিয়া (ইনিচিয়েল অ’ফাৰ আৰু ফাইনেল অ’ফাৰেৰে গঠিত) প্ৰৱৰ্তন কৰে। য’ত নিবিদাকাৰীসকলে সংৰক্ষিত মূল্যৰ ওপৰত পাৰ্চেন্টেজ ৰেভিনিউ শ্বেয়াৰৰ অৰ্থে বিডত অংশ ল’ব লাগে।

  • কয়লা মন্ত্ৰালয়ে নিলামৰ বাবে ৰখা ব্লকসমূহে নিবিদাকাৰীসকলক ব্যাপকভাৱে আকৰ্ষিত কৰিবলৈ সক্ষম হয় যাৰ পৰিপ্ৰেক্ষিতত অ’ফাৰত থকা ভিন্ন ব্লকসমূহৰ বাবে তেওঁলোকে বিড দাখিল কৰে।
  • দাখিল কৰা টেকনিকেল বিডসমূহ মূল্যায়ন কৰা যায় আৰু টেকনিকেলি কোৱালিফাইড বিডাৰসকলৰ তালিকা ঘোষণা কৰা হয়। ইয়াৰ পৰিপ্ৰেক্ষিতত, কয়লা মন্ত্ৰালয়ে আজি দিনৰ ১১:০০ বজাত বাণিজ্যিক উদ্দেশ্যৰ অৰ্থে কয়লা খনিসমূহৰ ইলেকট্ৰনিক নিলাম আৰম্ভ কৰে।
  • ই-নিলামৰ ১ম দিনটোতে শক্তিশালী প্ৰতিযোগিতা পৰিলক্ষিত হয়, কেতবোৰ খনিৰ নিলামৰ বাবে ৩-৪ ঘন্টাতকৈয়ো অধিক সময়ৰ প্ৰয়োজন হৈ পৰে।
  • সকলোবোৰ খনি নিলামৰ পাছত, বজাৰখনত কয়লা খনিসমূহৰ ১০% ৰোধিক চিগনেলিং শক্তিশালী ডিমাণ্ডত চূড়ান্ত অ’ফাৰ লাভ কৰা হয়।

১ম দিনাৰ ফলাফল তলত উল্লেখ কৰা হৈছেঃ

ক্ৰমিক নং

খনিৰ নাম

ৰাজ্য

পিআৰচি (mtpa)

ভূতাত্ত্বিক ৰিজাৰ্ভ (MT)

ক্ল’জিং বিড দাখিল কৰিছে

সংৰক্ষিত মূল্য (%)

চূড়ান্ত অ’ফাৰ (%)

বাৰ্ষিক ৰাজহ আহৰণ (কোটি টকা)

টাকলি জেনা বেল্লুৰা উত্তৰ আৰু টাকলি জেনা বেল্লুৰা দক্ষিণ

মহাৰাষ্ট্ৰ

১.৫০

১১৭.২৬

অৰবিন্দ ৰিয়েলিটি এণ্ড ইনফ্ৰাচট্ৰাকচাৰ প্ৰাইভেট লিমিটেড /১৪৬৮৭৫

৩০.৭৫

২৬৭.১৬

উৰ্টাণ

মধ্য প্ৰদেশ

০.৬৫

৫৫.৩৯১

জেএমএছ মাইনিং প্ৰাইভেট লিমিটেড /১৪৭০৭৪

১০.৫০

১২৪.২৭

মাৰ্কিমংলী II

মহাৰাষ্ট্ৰ

০.৩০

১১.৪৪

য়াজদানী ইন্টাৰনেশ্যনেল প্ৰাইভেট লিমিটেড / ১৪৮৩৪১

৩০.৭৫

৫৩.৪৩

ৰাধিকাপুৰ পশ্চিম

উৰিষ্যা

৬.০০

৩১২.০৪

বেদান্ত লিমিটেড /৬৮৫২২

২১.০০

৫৯২.২৮

চাকলা

ঝাৰখণ্ড

৫.৩০

৭৬.০৫

হিন্দালক’ ইণ্ডাষ্ট্ৰীজ লিমিটেড /৬৪৮৫৬

১৪.২৫

৫১৯.৫৪

 

***

RJ/NG/SB


(रिलीज़ आईडी: 1669681) आगंतुक पटल : 248
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali , Tamil , Telugu , Kannada