প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰতিষ্ঠা দিৱসত হাৰিয়ানাৰ জনসাধাৰণক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন
পোষ্ট কৰা হৈছে:
01 NOV 2020 10:03AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাৰিয়ানাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণক শুভেচ্ছা জনাইছে।
প্ৰধানমন্ত্ৰীয়ে কয়, “হাৰিয়ানাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ভাৰতৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি থকা ৰাজ্যখনৰ জনসাধাৰণক আন্তৰিক শুভেচ্ছা জনাইছো। সমৃদ্ধি আৰু প্ৰগতিৰ এই প্ৰতীকে উন্নতিৰ নতুন অভিলেখ সৃষ্টি কৰক।”
****
VRRK/KP/SB
(ৰিলিজ আই ডি : 1669377)
অতিথি কক্ষ : 133
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam