ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়
জম্মু-কাশ্মীৰৰ অভিযোগ ব্যৱস্থা কেন্দ্ৰীয় অভিযোগ প’ৰ্টেলৰ সৈতে সংযুক্ত কৰা হৈছেঃ ড০ জিতেন্দ্ৰ সিং
प्रविष्टि तिथि:
23 OCT 2020 7:24PM by PIB Guwahati
কেন্দ্ৰীয় ৰাজ্যিক (স্বতন্ত্ৰ) ড’নাৰ, পিএমঅ’, কৰ্মচাৰী, ৰাজহুৱা অভিযোগ, পেঞ্চন, আণৱিক শক্তি আৰু মহাকাশ মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে আজি কেন্দ্ৰীয় অভিযোগ প’ৰ্টেলৰ সৈতে জম্মু আৰু কাশ্মীৰৰ অভিযোগ ব্যৱস্থা সংযুক্ত কৰা হৈছে বুলি জানিবলৈ দিয়ে৷
জম্মু-কাশ্মীৰত শাসন ব্যৱস্থা সুদৃঢ় কৰি তোলাৰ প্ৰয়াসৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনিক সংস্কাৰ আৰু ৰাজহুৱা অভিযোগ বিভাগে জম্মু-কাশ্মীৰৰ চৰকাৰৰ সহযোগিতা কেন্দ্ৰীয় প’ৰ্টেলটোলৈ এই প্ৰসাৰণ স্থাপন কৰে৷
সংযোগৰ এই পৰিঘটনাক সাফল্যৰ কাহিনী বুলি অভিহিত কৰি ড০ জিতেন্দ্ৰ সিঙে ভাৰতৰ অন্যান্য ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহেও ইয়াক প্ৰণয়ন কৰিব বুলি আশা প্ৰকাশ কৰে৷
<><><><><>
SNC/MANN
(रिलीज़ आईडी: 1667269)
आगंतुक पटल : 169