প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এনএছজিৰ প্রতিষ্ঠা দিৱসত জোৱানসকলক প্রধানমন্ত্রীৰ শুভেচ্ছা
পোষ্ট কৰা হৈছে:
16 OCT 2020 10:19AM by PIB Guwahati
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদী এনএছজিৰ প্রতিষ্ঠা দিবসে বাহিনীৰ ব্লেক কেট সদস্য আৰু তেওঁলোকৰ পৰিয়ালবর্গক শুভেচ্ছা জনাইছে।
এক শুভচ্ছাবার্তাত প্রধানমন্ত্রীয়ে কয়, “এনএছজিৰ প্রতিষ্ঠা দিৱসত বাহিনীটোৰ ব্লেক কেট সদস্য আৰু তেওঁলোকৰ পৰিয়ালবর্গক শুভেচ্ছা জনাইছো। ভাৰতৰ নিৰাপত্তা ব্যৱস্থাত এনএছজিয়ে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। বাহিনীটোৱে সাহসিকতা আৰু অতি পেশাদাৰীত্বৰ পৰিচয় দি আহিছে। ভাৰতক সুৰক্ষিত আৰু নিৰাপদে ৰখাৰ বাবে এনএছজিৰ প্রয়াসক লৈ দেশবাসীয়ে গৌৰৱবোধ কৰে। “
***
VRRK/SH/DB
(ৰিলিজ আই ডি : 1665144)
অতিথি কক্ষ : 274
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam