ভাৰতীয় প্ৰতিযোগিতা আয়োগ

চিচিআইয়ে টিউব ইনভেষ্টমেণ্ট অব্ ইণ্ডিয়া লিমিটেডৰ দ্বাৰা চিজি পাৱাৰ এণ্ড ইণ্ডাষ্ট্ৰীয়েল ছলিউচনছ লিমিটেডৰ শ্বেয়াৰৰ অধিগ্ৰহণত অনুমোদন প্ৰদান কৰিছে

Posted On: 14 OCT 2020 11:25AM by PIB Guwahati

ভাৰতীয় প্ৰতিস্পৰ্ধা আয়োগে (চিচিআই) টিউব ইনভেষ্টমেণ্ট অব্ ইণ্ডিয়া লিমিটেডৰ দ্বাৰা চিজি পাৱাৰ এণ্ড ইণ্ডাষ্ট্ৰীয়েল ছলিউচনছ লিমিটেডত শ্বেয়াৰৰ অধিগ্ৰহণক অনুমতি প্ৰদান কৰিছে৷

প্ৰস্তাৱিত সংযোজনত টিউব ইনভেষ্টমেণ্টছ অব্ ইণ্ডিয়া লিমিটেড (টিআইআইএল)ৰ দ্বাৰা চিজি পাৱাৰ এণ্ড ইণ্ডাষ্ট্ৰীয়েল ছলিউচনছ লিমিটেড (চিজি পাৱাৰ)ৰ ৫০ শতাংশতকৈও অধিক ইকুইটি পুঁজিৰ অধিগ্ৰহণৰ পৰিকল্পনা কৰিছে৷

চিআইআইএল এক সুচীবদ্ধ সংস্থা আৰু মুৰুগপ্পা গোটৰ অংশ৷ ইয়াৰ তিনিটা ব্যৱসায় আছে- অভিযান্ত্ৰিক, ধাতুৰ পৰা নিৰ্মিত সামগ্ৰী আৰু চাইকেল৷ ই পৰিবহণ, ৰে’লৱে, নিৰ্মাণ, খনন আৰু কৃষি উৎপাদনৰ বাবে উৎপাদনসমূহৰ এক বিস্তৃত শৃংখলা প্ৰস্তুত কৰে৷

চিজি পাৱাৰ এক সুচীবদ্ধ সংস্থা৷ ইয়াৰ দুটা ব্যৱসায়িক গোট আছে- বিদ্যুৎ প্ৰণালী আৰু ঔ্যদোগিক প্ৰণালী৷

চিজিআইৰ বিস্তৃত নিৰ্দেশ অতি শীঘ্ৰেই জাৰি কৰা হ’ব৷

 

****

RM/KMN/MANN



(Release ID: 1664620) Visitor Counter : 98