প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভেষ্টাছৰ অধ্যক্ষ আৰু চিইঅ’ৰে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
06 OCT 2020 4:10PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভেষ্টাছৰ অধ্যক্ষ আৰু চিইঅ’ শ্ৰী হেনৰিক এণ্ডাৰ্চনৰে বায়ু শক্তি খণ্ডটোৰে সম্পৰ্কীয় প্ৰসংগত বাৰ্তালাপ কৰে।
প্ৰধানমন্ত্ৰীয়ে এইবুলি টুইট কৰে “ভেষ্টাছৰ অধ্যক্ষ আৰু চিইঅ’ শ্ৰী হেনৰিক এণ্ডাৰ্চনৰে অন্তৰ্দৃষ্টিপূৰ্ণ বাৰ্তালাপত মিলিত হওঁ। আমি বায়ু শক্তি খণ্ডটোৰে সম্পৰ্কীয় এলানি প্ৰসংগত আলোচনা কৰো। ইয়াত, আহি থকা প্ৰজন্মসমূহৰ বাবে এটা পৰিষ্কাৰ ভৱিষ্যৎ গঢ়ি তোলাৰ অৰ্থে নৱীকৰণযোগ্য শক্তি আহৰণ কৰিবলৈ ভাৰতৰ প্ৰচেষ্টাসমূহৰ কথা উল্লেখ কৰা হৈছে।”
***
VRRK/AK/SB
(ৰিলিজ আই ডি : 1662042)
অতিথি কক্ষ : 131
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam