ভাৰতীয় নিৰ্বাচন আয়োগ

বিভিন্ন ৰাজ্যত খালী হৈ থকা সংসদীয় আৰু বিধান সভা সমষ্টিৰ আসনৰ বাবে অনুষ্ঠিতব্য উপনিৰ্বাচন সন্দৰ্ভত

Posted On: 29 SEP 2020 4:16PM by PIB Guwahati

ক্ৰমিক নং

ৰাজ্য

সংখ্যা আৰু বিধান সভা সমষ্টি

  1.  

অসম

৭৪-ৰাঙাপৰা

  1.  

অসম

১০৮-শিৱসাগৰ

  1.  

কেৰালা

১০৬-কুট্টানাড়

  1.  

কেৰালা

১১৭-চৱাৰা

  1.  

তামিল নাডু

১০-তিৰুৱট্টিউৰ

  1.  

তামিল নাডু

৪৬-গুড়িয়াট্টম(এছচি)

  1.  

পশ্চিম বংগ

১৩-ফালাকাটা(এছচি)

বিভিন্ন ৰাজ্যত আজিৰ তাৰিখত খালী হৈ থকা বিধান সভা সমষ্টি(৭)ৰ আসনৰ সংখ্যা-

২. সদ্যহতে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে অসুবিধাৰ কথা জনাই চাৰিখন ৰাজ্য ক্ৰমে অসম, কেৰালা, তামিল নাডু আৰু পশ্চিম বংগৰ মুখ্য সচিব/মুখ্য নিৰ্বাচনী বিষয়া আদিৰ পৰা তথ্য লাভ কৰিছে ভাৰতৰ নিৰ্বাচন আয়োগে। উল্লিখিত বিধান সভাকেইখনৰ ম্যাদ ক্ৰমে ৩১.০৫.২০২১, ০১.০৬.২০২১, ২৪.০৫.২০২১ আৰু ৩০.০৫.২০২১ পৰ্যন্ত অব্যাহত থাকিব।

৩. এনে প্ৰেক্ষাপটতে নিৰ্বাচন আয়োগে অসম, কেৰালা, তামিল নাডু আৰু পশ্চিম বংগৰ খালী থকা ৭টা বিধান সভা সমষ্টিত এই পৰ্যায়ত নিৰ্বাচন সঞ্চালনৰ ঘোষণা  নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

৪. আনহাতে অন্যান্য সংসদীয় আৰু বিধান সভা সমষ্টিত শেহতীয়া ভাবে খালী হোৱা আসনৰ বাবে সংশ্লিষ্ট ৰাজ্যসমূহৰ পৰা যাৱতীয় তথ্য আহৰণৰ পিচতহে আয়োগে সিদ্ধান্ত গ্ৰহণ কৰিব।

...

SBS/MR/AC/KB



(Release ID: 1660237) Visitor Counter : 127