বিত্ত মন্ত্ৰালয়

২০২০-২১ বিত্তীয় বৰ্ষত হোৱা ‘জিএছটি’ৰ ক্ষতি পূৰণ কৰিব পৰাকৈ ঋণৰ বিকল্প

प्रविष्टि तिथि: 29 AUG 2020 3:45PM by PIB Guwahati

যোৱা ২৭ আগষ্ট ২০২০ তাৰিখে অনুষ্ঠিত জিএছটি পৰিষদৰ ৪১সংখ্যক সভাৰ সিদ্ধান্ত অনুসৰি ২০২০-২১ বিত্তীয় বৰ্ষত হোৱা জিএছটিৰ ক্ষতি পূৰণ কৰিব পৰাকৈ দুটা ঋণৰ বিকল্প আগবঢ়োৱা হৈছে বুলি ৰাজ্যসমূহলৈ তথ্য প্ৰেৰণ কৰা হৈছে আৰু এই সংক্ৰান্তীয় প্ৰেছ টোকাৰ সৈতে সংলগ্ন কৰি পঠোৱা তথ্যৰ আধাৰত তেওঁলোকৰ প্ৰাথমিকতাসমূহ আগন্তুক সাতোটা কৰ্মদিনৰ ভিতৰত জনাবলৈ ৰাজ্যসমূহক আহ্বান জনোৱা হৈছে। বিষয়টো অধিক মুকলিকৈ আলোচনাৰ উদ্দেশ্যে কেন্দ্ৰীয় বিত্ত সচিব আৰু ব্যয় বিভাগৰ সচিবৰ সৈতে ৰাজ্যসমূহৰ বিত্ত সচিবসকলৰ এখন সভা অহা ১ ছেপ্টেম্বৰ ২০২০ত অনুষ্ঠিত কৰা হব।

 

*****

RM/KMN/KB


(रिलीज़ आईडी: 1649592) आगंतुक पटल : 322
इस विज्ञप्ति को इन भाषाओं में पढ़ें: हिन्दी , Punjabi , Tamil , Telugu , Urdu , Bengali , English , Marathi , Manipuri , Odia