বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

জুন, ২০২০ত ভাৰতৰ পাইকাৰী মূল্য সূচক

Posted On: 14 JUL 2020 12:00PM by PIB Guwahati

কেন্দ্রীয় উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ বিভাগৰ অর্থনৈতিক উপদেষ্টাৰ কার্যালয়ে জুন মাহৰ পাইকাৰী মূল্য সূচক (প্রাথমিক) আৰু এপ্রিল মাহৰ সূচক (চূড়ান্ত) প্ৰকাশ কৰিছে। দেশৰ নির্দিষ্ট কেইটামান পাদন গোট তথা প্ৰতিষ্ঠানৰ পৰ লাভ কৰা তথ্য একত্রিত কৰি প্ৰতি মাহৰ ১৪ তাৰিখে পাইকাৰী মূল্য সূচক প্ৰকাশ কৰা হয়৷

মাহিলী পাইকাৰী মূল্য সূচকৰ ওপৰত ভিত্তি কৰি জুন মাহত মুদ্রাস্ফীতি বিগত বছৰৰ একেটা মাহৰ তুলনাত .৮১ শতাংশ হ্রাস পাইছে৷ যোৱা বছৰৰ জুন মাহত পাইকাৰী মূল্য সূচকৰ মুদ্রাস্ফীতিৰ হাৰ আছিল .০২ শতাংশ৷

নিত্যপ্ৰয়োজনীয় সামগ্রীসমূহৰ সূচক জুন মাহত ১৩৯. পইণ্ট বৃদ্ধি হৈ .২৮ শতাংশ হৈছে৷ মূলত অশোধিত পেট্রলিয়াম আৰু প্রাকৃতিক গেছ, খাদ্য সামগ্রী আৰু খাদ্য বহির্ভূত অন্যান্য সামগ্রীৰ দাম বৃদ্ধি পোৱাৰ ফলতে সূচকৰ এই বৃদ্ধি হৈছে৷ একেদৰে, ইন্ধন আৰু শক্তি খণ্ডত জুন মাহৰ সূচক পূর্বৰ মাহৰ তুলনাত .৫০ শতাংশ বৃদ্ধি হৈ ৮৮. পইণ্ট হৈছে৷ বিশেষকৈ খনিজ তেলৰ দাম বৃদ্ধি পোৱাৰ ফলতে সূচক ঊর্ধ্বমুখী হৈছে। অৱশ্যে, কয়লা আৰু বিদ্যুতৰ মূল্য অপৰিৱর্তিত আছে৷


পাদিত সামগ্রীৰ সূচক জুন মাহত পূর্বৰ মাহৰ তুলনাত .৪২ শতাংশ বৃদ্ধি পাই ১১৮. হৈছে৷ বিশেষকৈ, খাদ্য সামগ্রী, ৰাসায়নিক পদার্থ, ফার্মাচিউটিকেল, ৰাবাৰ, প্লাষ্টিক, ধাতুহীন খনিজ পদার্থ প্ৰভৃতিৰ দাম বৃদ্ধি পোৱাত সূচক বৃদ্ধি পাইছে। অৱশ্যে, পানীয় সামগ্রী, বস্ত্ৰ, চর্মজাত সামগ্রী, কাগজ ইত্যাদিৰ দাম জুন মাহত হ্ৰাস পাইছে৷

২০১১-১২ত ১০০ হিচাপে ধৰি লৈ সকলো সামগ্রীৰ এপ্রিল মাহৰ পাইকাৰী মূল্য সূচক ১১৯. পইণ্ট হৈছে৷ একেদৰে, মুদ্রাস্ফীতিৰ হাৰ বিগত বৰ্ষৰ সেই একে মাহৰ তুলনায় .৫৭ শতাংশ হ্রাস পাইছে৷

জুলাই মাহৰ বাবে পৰৱৰ্তী প্ৰেছ বিজ্ঞপ্তি ১৪/০৮/২০২০ত প্ৰকাশ কৰা হব৷

সৰ্বভাৰতীয় পৰ্যায়ত জুন মাহৰ পাইকাৰী মূল্য সূচক আৰু মুদ্ৰাস্ফীতি(২০১১-১২ত ১০০ হিচাপে ধৰি লৈ) তলৰ তালিকাত দেখুওৱাধৰণৰ

পৰিশিষ্ট-I

Note: * = Provisional, Mf/o = Manufacture of

 

পৰিশিষ্ট-II

* = Provisional, Mf/o = Manufacture of

পৰিশিষ্ট-III

* = Provisional, Mf/o = Manufacture of

 

***

YB/DB


(Release ID: 1638550) Visitor Counter : 208