শক্তি মন্ত্ৰালয়

এনটিপিচিয়ে ১৯০০০ কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ বাবে লকডাউনৰ সময়ছোৱাত শিক্ষণ আৰু বিকাশ সুযোগ বিকশিত কৰিছে

এই মহাৰত্নই এলএণ্ডডি অধিৱেশনৰ জৰিয়তে বিশ্ব বেংক, ‘আৰ্ট অব্ লিভিং’ আৰু অন্যান্য বহিঃ সংস্থাৰ সৈতে সংযোজিত হৈছ

প্ৰশিক্ষণ সমাপ্ত হোৱাৰ পিছত স্বীকৃতিপত্ৰ প্ৰদান কৰা হৈছে

प्रविष्टि तिथि: 01 JUN 2020 2:37PM by PIB Guwahati

ভাৰতৰ সৰ্ববৃহৎ শক্তি উৎপাদক আৰু কেন্দ্ৰীয় ৰাজহুৱা খণ্ড এনটিপিচেয়ে ১৯ হাজাৰতকৈও অধিক কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যলৈ লকডাউনৰ সময়ছোৱাত শিক্ষণ সুযোগ প্ৰদান কৰিছে৷

তাৰোপৰি উদ্যোগটোৱে অনলাইন প্ৰযুক্তিগত পাঠ্যক্ৰমৰ বাবে বিশ্ব বেংকৰ সৈতেও সহযোগিতা প্ৰদান কৰিছে৷

এনটিপিচিৰ সহযোগী প্ৰতিষ্ঠান এলএণ্ডটিয়ে ২৫০তকৈও অধিক পাঠ্যক্ৰমৰ সুবিধা প্ৰদান কৰিছে৷

এই পাঠ্যক্ৰমসমূহ প্ৰতিষ্ঠানটোৱে ‘সংবাদ’ শীৰ্ষক ম’বাইল এপ্লিকেচনৰ জৰিয়তে প্ৰদান কৰিছে৷

 

 


(रिलीज़ आईडी: 1628310) आगंतुक पटल : 247
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Punjabi , Tamil , Telugu