প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মৃত্যু বাৰ্ষিকী উপলক্ষে পণ্ডিত জৱাহৰলাল নেহৰুলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 27 MAY 2020 11:06AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ মৃত্যু বাৰ্ষিকী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে৷

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, মৃত্যু বাৰ্ষিকী উপলক্ষে আমাৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰু জীলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো৷

***

VRRK/SH/DB


(रिलीज़ आईडी: 1627127) आगंतुक पटल : 195
इस विज्ञप्ति को इन भाषाओं में पढ़ें: हिन्दी , English , Urdu , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam