গৃহ মন্ত্ৰালয়

ভাৰতৰ বিভিন্ন ঠাইত আৱদ্ধ হৈ থকা লোকসকলক ঘৰুৱা বিমান সেৱাৰ সুবিধা প্ৰদানৰ বাবে গৃহ মন্ত্ৰালয়ে সংশোধন কৰিলে লকডাউনৰ নিৰ্দেশনা

प्रविष्टि तिथि: 20 MAY 2020 10:00PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ভাৰত বিভিন্ন ঠাইত আৱদ্ধ হৈ থকা লোকসকলক ঘৰুৱা বিমান সেৱাৰ সুবিধা প্ৰদানৰ বাবে লকডাউনৰ নিৰ্দেশনাৰ কিছু সংশোধন কৰিছে৷ বিমানবন্দৰ আৰু যাত্ৰীসকলৰ বাবে বিমান সেৱাৰ পৰিচালনা সন্দৰ্ভত অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে সবিশেষ নিৰ্দেশনা জাৰি কৰিব৷

চৰকাৰী নিৰ্দেশনা চাবলৈ ইয়াত ক্লিক কৰক

*****

VG/SNC/VM/MANN


(रिलीज़ आईडी: 1625620) आगंतुक पटल : 258
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Punjabi , Tamil , Telugu , Kannada