প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

উত্তৰপ্ৰদেশৰ অ’ৰৈয়াত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানি হোৱা সকলৰ প্ৰতি শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 16 MAY 2020 10:59AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ অ’ৰৈয়াত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানি হোৱা সকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷

এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, উত্তৰ প্ৰদেশৰ অ’ৰৈয়াৰ সংঘটিত পথ দুৰ্ঘটনা অতি দুখজনক৷ চৰকাৰে তপৰতাৰে উদ্ধাৰ অভিযানত অব্যাহত ৰাখিছে৷ এই দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ আত্মীয়ৰ প্ৰতি সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো৷

***

VRRK/SH/DB


(रिलीज़ आईडी: 1624366) आगंतुक पटल : 143
इस विज्ञप्ति को इन भाषाओं में पढ़ें: हिन्दी , English , Urdu , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam