প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মহাৰাণা প্ৰতাপৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

Posted On: 09 MAY 2020 12:35PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাণা প্ৰতাপৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, ভাৰত মাতাৰ সুযোগ্য পুত্ৰ মহাৰাণা প্ৰতাপলৈ তেওঁৰ জয়ন্তীত কোটি কোটি প্ৰণিপাত জনাইছো৷ দেশপ্ৰেম, স্বাভিমান আৰু পৰাক্ৰমৰ পৰিপূৰ্ণ তেওঁৰ কাহিনী দেশবাসীৰ বাবে সদায় প্ৰেৰণাৰ উস হৈ ৰ’ব৷

***

VRRK/SH/DB



(Release ID: 1622498) Visitor Counter : 94