প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মহাৰাণা প্ৰতাপৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
09 MAY 2020 12:35PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাণা প্ৰতাপৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “ভাৰত মাতাৰ সুযোগ্য পুত্ৰ মহাৰাণা প্ৰতাপলৈ তেওঁৰ জয়ন্তীত কোটি কোটি প্ৰণিপাত জনাইছো৷ দেশপ্ৰেম, স্বাভিমান আৰু পৰাক্ৰমৰ পৰিপূৰ্ণ তেওঁৰ কাহিনী দেশবাসীৰ বাবে সদায় প্ৰেৰণাৰ উৎস হৈ ৰ’ব৷”
***
VRRK/SH/DB
(रिलीज़ आईडी: 1622498)
आगंतुक पटल : 201
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam