শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়

পিএম কেয়াৰ্ছ পুঁজিলৈ ইপিএফঅ’ৰ কৰ্মচাৰীয়ে অৱদান আগবঢ়াইছে ২.৫ কোটি টকা

Posted On: 03 MAY 2020 5:12PM by PIB Guwahati

কৰ্মচাৰী ভৱিষ্য নিধি সংস্থাৰ কৰ্মচাৰীসকলে ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ চৰকাৰৰ প্ৰয়াসত হাত উজান দিয়াৰ উদ্দেশ্যে পিএম কেয়াৰ্ছত এদিনৰ দৰমহা অৰ্থাৎ প্ৰায় ২.৫ কোটি টকা অৱদান হিচাপে আগবঢ়াইছে৷

ইপিএফঅ’ৰ বিষয়া আৰু কৰ্মচাৰীসকলে পিএমজিকেৱাই পেকেজৰ অধীনত ক’ভিড-১৯কে ধৰি অন্যান্য ইপিএফ দাবীসমূহো দ্ৰুত গতিত নিষ্পত্তি কৰিছে৷

*****

RCJ/SKP/IA/MANN



(Release ID: 1620822) Visitor Counter : 225