শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়

ব্যৱসায়ৰ বাবে ইচিআৰ ফাইলিঙৰ ব্যৱস্থা সহজ কৰিলে ইপিএফঅ’য়ে

Posted On: 30 APR 2020 7:32PM by PIB Guwahati

ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ চৰকাৰে ঘোষণা কৰা লকডাউনৰ পৰিপ্ৰেক্ষিতত ব্যৱসায় আৰু প্ৰতিষ্ঠানসমূহৰ সাধাৰণ কাম-কাজ ব্যাহত হৈছে আৰু তেওঁলোকে নিজৰ দেয় ধন পৰিশোধ কৰাত অসমৰ্থ হৈছে৷ এই পৰিস্থিতি অনুধাৱন কৰি ইপিএফ আৰু এমপি আইন, ১৯৫২ৰ অধীনত অনুপালনৰ প্ৰক্ৰিয়া সহজ কৰিবলৈ মাহিলী ইচিআৰক সংবিধিৱদ্ধ অৰিহণা পৰিশোধৰ পৰা পৃথক কৰা হৈছে৷

এতিয়াৰে পৰা ইচিআৰ পৰিশোধ কৰিবলৈ এজন নিয়োজকে অৰিহণা একে সময়তে পৰিশোধ নকৰি ইচিআইৰ ফাইলিঙৰ পিছতো পৰিশোধ কৰিব পাৰিব৷

 

 

*****

RCJ/SKP/IA/MANN


(Release ID: 1620254) Visitor Counter : 219