শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়

ব্যৱসায়ৰ বাবে ইচিআৰ ফাইলিঙৰ ব্যৱস্থা সহজ কৰিলে ইপিএফঅ’য়ে

प्रविष्टि तिथि: 30 APR 2020 7:32PM by PIB Guwahati

ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ চৰকাৰে ঘোষণা কৰা লকডাউনৰ পৰিপ্ৰেক্ষিতত ব্যৱসায় আৰু প্ৰতিষ্ঠানসমূহৰ সাধাৰণ কাম-কাজ ব্যাহত হৈছে আৰু তেওঁলোকে নিজৰ দেয় ধন পৰিশোধ কৰাত অসমৰ্থ হৈছে৷ এই পৰিস্থিতি অনুধাৱন কৰি ইপিএফ আৰু এমপি আইন, ১৯৫২ৰ অধীনত অনুপালনৰ প্ৰক্ৰিয়া সহজ কৰিবলৈ মাহিলী ইচিআৰক সংবিধিৱদ্ধ অৰিহণা পৰিশোধৰ পৰা পৃথক কৰা হৈছে৷

এতিয়াৰে পৰা ইচিআৰ পৰিশোধ কৰিবলৈ এজন নিয়োজকে অৰিহণা একে সময়তে পৰিশোধ নকৰি ইচিআইৰ ফাইলিঙৰ পিছতো পৰিশোধ কৰিব পাৰিব৷

 

 

*****

RCJ/SKP/IA/MANN


(रिलीज़ आईडी: 1620254) आगंतुक पटल : 254
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada