প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
হনুমান জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীৰ জনসাধাৰণলৈ শুভেচ্ছা
পোষ্ট কৰা হৈছে:
08 APR 2020 12:29PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হনুমান জয়ন্তী উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰি এইদৰে কয়, ‘‘ভক্তি, শক্তি, সমৰ্পণ আৰু অনুশাসনৰ প্ৰতীক পৱনপুত্ৰৰ জীৱনে আমাক সকলো সংকটৰ সৈতে সন্মুখীন হ’বলৈ তথা ইয়াক অতিক্ৰম কৰিবলৈ প্ৰেৰণা দিয়ে৷’’
***
VRRK/SH/MANN
(ৰিলিজ আই ডি : 1612199)
অতিথি কক্ষ : 105
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam